উন্মুক্তউন্মুক্ত খনি
উন্মুক্ত কৰ্ (Assamese) [ Roman: un.muk.to kor]
Contributed by: ৰূপকমল on 2007-02-26
English: expose,
Assamese: অনাবৃত কৰ্, উদঙা, উদঙাই দে, উন্মুক্ত কৰ্, খোল, নিকটা, প্ৰদৰ্শন কৰ্,
Khasi: batai,
Dimasa: kurukla,
Deori: লাগা
উন্মুক্ত কৰ্ (Assamese) [ Roman: un.muk.to kor]
Contributed by: ৰূপকমল on 2007-02-26
1. (Verb-Trans.) to make visible or apparent, to remove cover কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
Assamese: অনাবৃত কৰ্, উদঙা, উদঙাই দে, উন্মুক্ত কৰ্, খোল, নিকটা, প্ৰদৰ্শন কৰ্,
Khasi: batai,
Dimasa: kurukla,
Deori: লাগা